Moon Ster N U

Moon Ster N U

Share

musicians Comedy

22/03/2026
14/03/2026

This

05/04/2023

"' সময়ৰ লগত খোজ দিয়ক, অন্যথা ........"'.।

১৯৯৮ চনত Kodak কম্পেনীত ১লাখ ৭০হাজাৰ কৰ্মচাৰী নিয়োজিত আছিল, আৰু ই পৃথিৱীৰ ৮৫% ফটো পেপাৰ বিক্ৰেতা এক বৃহৎ কম্পেনী আছিল। কিন্তু খুব কম দিনৰ ব্যৱধানত ডিজিটেল ফটোগ্ৰাফীয়ে ইয়াক বজাৰৰ পৰা উলিয়াই দিলে। Kodak দেৱলীয়া হৈ গ'ল আৰু ইয়াত নিয়োজিত ১লাখ ৭০হাজাৰ কৰ্মচাৰী বেকাৰ হৈ গ'ল। ঠিক সেই দৰে........

HMT (ঘড়ী)
BAJAJ (স্কুটাৰ)
DYNORA( টি ভি)
MURPHY(ৰেডিঅ)
NOKIA (ম'বাইল)
RAJDOOT(বাইক)
AMBASSADOR( কাৰ)
...এই আটাইবোৰেই উচ্চ গুণ সম্পন্ন থকা স্বত্বেও বজাৰৰ পৰা বেদখল হৈ গ'ল। কাৰণ ঃঃ

সিহঁত সময়ৰ লগত সলনি নহ'ল! আপুনি জানেনে! অহা ১০টা বছৰৰ ভিতৰত পৃথিৱী সম্পূৰ্ণৰূপে সলনি হৈ যাব আৰু আজি চলি থকা ৭০-৯০% উদ্যোগ বন্ধ হৈ যাব।

৪ৰ্থ ঔদ্যোগীক ক্ৰান্তিলৈ আপোনাক স্বাগতম :::

UBER এটা মাত্ৰ চফ্টৱাৰ:: ইয়াৰ নিজৰ গাড়ী নাই, ইয়াৰ পাছতো ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেক্সী কম্পেনী। Airbnb পৃথিৱীৰ আটাইতকৈ ডাঙৰ হোটেল কম্পেনী, অথচ ইয়াৰ নিজৰ এখনো হোটেল নাই।

ঠিক সেইদৰে Paytm, Ola cabs, Oyo rooms, আদি অনেক উদাহৰণ আছে।

আমেৰিকাত এতিয়া যুৱা উকীলৰ কোনো কাম নাই, কাৰণ lBM watson নামৰ এটা চফ্টৱাৰে পলকতে সঠিক লিগেল পৰামৰ্শ দিব পাৰে। অহা ১০টা বছৰত আমেৰিকাত ৯০% উকীল বেকাৰ হৈ যাব, যি ১০% বাকী থাকিব সিহঁত super specialist নামে জনাজাত হ'ব।

watson নামৰ চফ্টৱাৰে মানুহৰ তুলনাত কেন্সাৰৰ Diagnosis ৪গুণ সুদ্ধতাৰে কৰিব পাৰে। ২০৩০চনলৈকে কম্পিউটাৰ মানুহতকৈ অধিক intelligent আৰু শক্তিশালী হ'ব।

অহা ১০টা বছৰত পৃথিৱীত ৯০% কাৰ(গাড়ী) গায়ব হৈ যাব। যি ১০% বাচিব সেইবোৰ হয়তো Electronic হ'ব নাইবা Hybrid.

ৰাস্তা খালী হৈ যাব, পেট্ৰলৰ ব্যৱহাৰ ৯০% কমি যাব! ফলত আৰৱ দেশবোৰ দেউলীয়া হৈ পৰিব।

আপুনি uber, olar দৰে এটা চফ্টৱাৰ ক্লিক কৰি গাড়ী মাতিব আৰু চকুৰ পলকতে এখন দ্ৰাইভাৰবিহীন গাড়ী আহি আপোনাৰ দৰ্জামুখত হাজিৰ। তাত যদি আপুনি কাৰোবাৰ লগত চেয়াৰ কৰি যাত্ৰা কৰে, সেই যাত্ৰা বাইকৰ খৰচতকৈও সস্তা হ'ব।

দ্ৰাইভাৰবিহীন গাড়ী হোৱা বাবে ৯৯% দূৰ্ঘটনা বন্ধ হৈ যাব, ফলত "car insurance" নামৰ ধান্দাটোও বন্ধ হৈ যাব, দ্ৰাইভাৰ নামৰ প্ৰাণী টোও নাইকিয়া হ'ব।

যদি চহৰ, নগৰ বোৰত ৯০% গাড়ী গায়ব হৈ যায়, ট্ৰেফিক আৰু পাৰ্কিঙৰ কি প্ৰয়োজন? যি হেতু তেতিয়াৰ এখন গাড়ীয়েই আজিৰ ২০খনৰ সমান হ'ব !

আজিৰ পৰা ১০বছৰ পূৰ্বে এনে এখন ঠাই নাছিল য'ত PCO নাই। লাহে লাহে মানুহৰ পকেটলৈ ম'বাইল আহিল, PCO আউট হৈ গ'ল। PCO খোলা বোৰে recharge voucer বিকিবলৈ ধৰিলে, এতিয়া সেইবোৰো আউট, onlineতে হৈ যায়।

আপুনি ধ্যান দিছেনে? এতিয়া বজাৰত প্ৰত্যেক ৩য় দোকান খনেই ম'বাইলৰ। sale, service, recharge, accessories, repair, maintanence আদিৰ।

এতিয়া সকলো paytmত হৈ যায়, ৰেলৰ, প্লেনৰ টিকেটো ম'বাইলতে হৈ যায়। পইচাৰ লেন-দেনো ম'বাইলতে হৈ যায়। পূৰ্বতে কেতিয়াবা আমি ভাৱি পাইছিলোঁনে এইবোৰ কথা ??

পৃথিৱী দ্ৰোত গতিত সলনি হৈ গৈ আছে, চকু, কাণ, নাক খুলা ৰাখক; অন্যথা আপুনি পিছত থাকি যাব। সময়ৰ লগত খোজ কাঢ়িবলৈ যত্ন কৰক, নিজৰ বেপাৰ, স্বভাৱ-চৰিত্ৰও সময়ৰ লগত মিলাই লওক।

সময়ৰ লগত চলক, নিজকে upgrade কৰক।

(Collected and Copied from Facebook)

09/03/2023

Follow me please

27/02/2023

টাকাটা বৰ না বিসাস টাই হ'ল বৰ মানুস সব সমান না

18/02/2023

এই কথা শুনাৰ পৰ মা আমাকে বললো তুই তৰ বনদুদেৰ সাতে আৰ জাবিনা!

26/01/2023

Follow me and Share Please

21/01/2023

উদাস দুপৰ বেলা

18/01/2023

না দেকলে আফচুছ কৰবেন| 😂😂😂😂😬😬😬😇