Indian Congress Barpeta Assam
Vill.Jawrimari P/o.Sonabari P/s.Kalgachia Dist.Barpeta Assam
Pin.781321
28/05/2024
সম্পূৰ্ণ ভিডিঅ'চাব ২০২৪ কংগ্ৰেছ চৰকাৰ নিশ্চিত...
Bora
.
মেৰে পিতাজী প্ৰধান মন্ত্ৰী থৈ....
25 আগষ্ট তাৰিখে চলিত 2023 চনত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে সীমা নিৰ্ধাৰণ আৰু ভোটৰ তালিকাৰ খচৰা(Publication of Draft electrol roll for condact for ensuing panchayat election 2023) প্ৰকাশ কৰাৰ পিছত , দলৰ ৰাজ্যিক নেতৃবৃন্দ আৰু জিলা কংগ্ৰেছৰ সভাপতি সকলোলৈ এটি ভিডিঅ' যোগে জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছেঁ, প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই।
"পঞ্চায়ত নিৰ্বাচনৰ বাবে পূৰ্ন প্ৰস্তুতি কংগ্ৰেছৰ "
ৰাজ্যিক বি, জে, পিৰ মূখ্য কাৰ্যালয়ত উলোটাকৈ উৰিল পতাকা।
ৰাজ্যিক বি জে পি ৰ সভাপতি ভৱেশ কলিতাই উত্তোলন কৰিলে পতাকা।
Click here to claim your Sponsored Listing.
