MRI Agro development society ,Bilasipara

MRI Agro development society ,Bilasipara

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MRI Agro development society ,Bilasipara, Bilasipara.

Photos from MRI Agro development society ,Bilasipara's post 19/07/2025

উচ্ছেদিত পৰিয়াল প্ৰতিবাদীস্থলীত আমি ৰাইজৰ সেৱাত

05/06/2025

আজি কাঠালদি ৩য় খণ্ডত MRIADS( NGO) ৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন লগতে বৃক্ষৰোপন কাৰ্য্যসূচী আৰু গছ পুলি ৰাইজ বিতৰণ কৰিলো । আজি এই পৰিৱেশ দিৱসৰ প্ৰতি সংগতি ৰাখি পত্যেকজন নাগৰিকে একে খন কৈ গছ পুলি ৰোপণ কৰিব লাগে বুলি মত পোষণ কৰিলোঁ।
"গছ থাকিলেহে মানুহ থাকিব ,আহক সকলোৱে গছ ৰোপন কৰো এজোপাকৈ গছ "

05/06/2025

# #শেহতীয়াকৈ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ হাতীপোতা গাওঁ পঞ্চায়ত বিভিন্ন অঞ্চলত গৌৰাং নৈৰ প্ৰবল গৰাখহনীয়াত শ শ পৰিয়াল গৃহহীন হৈছে। এইবেলিও কেইবা পৰিয়াল এতিয়া ভুমিহীন হৈ নদীৰ পাৰত বালিময় ঠাইত কোনো মতে শীতৰ মাজত ওৰে নিশা কষ্টকৰি উজাগৰে নিশা কটাই আছে । এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে স্হানীয় বিধায়কজনে কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই ।
এইক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াজনেও খা-খবৰ লোৱা নাই । MRIADS ( NGO ) য়েএই সকল ভূমিহীন পৰিয়ালক অতি সোনকালে পুনৰ সংস্থাপন দিয়াৰ বাবে ধুবুৰী জিলা উপায়ুক্তৰ লগতে বিধায়ক মহোদয়ৰ লগতে লোকসভাৰ সদস্য ক ধৰি ৰাজহ চক্ৰ বিষয়া আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ ।

আশা কৰিছো অসম বিধানসভাৰ শীষ্মকালীন অধিবেশনত স্হানীয় বিধায়কজনে এই বিষয়টো উপস্হাপন কৰি ইয়াৰ স্হায়ী সমাধান কৰিব ।

10/12/2024

আজি বিশ্ব মানব অধিকাৰ দিৱস !

Photos from MRI Agro development society ,Bilasipara's post 25/06/2024

আজি ২৫/৬/২৪ তাৰিখ ১০.৩০ বজাত মঙ্গলবাৰ দিনা কাঠালদি ৩য় খণ্ডত ( হাতীপোতা গাওঁ পঞ্চায়ত কাৰ্য্যালয়ৰ কমিউনিটি হল) VISION SPRING ৰ উদ্যোগত Model Resouce Integrate Agro Development Society ( NGO)ৰ সহযোগত বিনামূলীয়া চকু পৰিক্ষা শিবিৰ আৰু আইগ্লাছেছ ।
সকলো ৰাইজৰ উপস্হিতি আৰু
সহায়-সহযোগীতাৰে কামনা কৰিলো ।

25/06/2024

সকলো ৰাইজৰ উপস্হিতি আৰু সহায় সহযোগীাতৰে কামনা কৰিলো ।

24/06/2024

ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা যায় যে অহাকালি ২৫/৬/২৪ তাৰিখ ১০.৩০ বজাত মঙ্গলবাৰ দিনা কাঠালদি ৩য় খণ্ডত ( হাতীপোতা গাওঁ পঞ্চায়ত কাৰ্য্যালয়ৰ কমিউনিটি হল) Model Resouce Integrate Agro Development Society ( NGO)ৰ উদ্যোগত বিনামূলীয়া চকু পৰিক্ষা কৰাৰ বাবে এক শিবিৰৰ আয়োজন কৰিছো ।সেয়ে সকলো ৰাইজৰ উপস্হিতি আৰু
সহায়-সহযোগীতাৰে কামনা কৰিলো ।

27/05/2024

২০২৪ বৰ্ষৰ কৃতি ছাত্র ছাত্রীলৈ শিক্ষা সজাগত সভা কাঠালদি পঞ্চায়ত কাৰ্য্যালয়ৰ কমিউনিটি হলত....

27/02/2024

An Organization whose primary objectives are charitable , Agro and social development .

27/02/2024

Logo copy.jpg Organization whose primary objectives are charitable , Agro and social development .

Photos from MRI Agro development society ,Bilasipara's post 14/10/2023

Gouripur Agriculture development office at meeting .

Want your business to be the top-listed Beauty Salon in Bilasipara?
Click here to claim your Sponsored Listing.

Website

Address

Bilasipara