Noyon Moni Reels Pasge
Noyon Moni Reels Page
29/10/2025
06/09/2025
ডেলিভাৰী বয় আজাহাৰ আলীৰ দুই হত্যাকাৰীক আটক।
বলি বল খেল ছমৰীয়া V/S মালিপাৰা
এইয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য
ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বনাম আলিফ লাইলাৰ মাজত তুমুল যুদ্ধ হয় (জাওঁকাটা নৌকা বাইছি)
দহ লাখ ভোটৰ ব্যৱধানত জয় কৰি দিয়া বিশ্বৰ মহা পন্ডিত ৰকিবুল হুছেইন কত গল। আজি ধুবুৰীৰ বাবে ৰকিবুল হুছেইন এক অভিশাপ। ৰকিবুল হুছেইনক ধুবুৰীৰ ৰাজনৈতিক পথাৰৰ পৰা চিৰ বিদায়ৰ আশা কৰিলো।
নাটকৰ অভিনয় কৰা এক অভিনৱ হিৰু অখিল গগৈ আজি ধুবুৰীৰ উচ্ছেদিত পৰিয়ালৰ ওচৰত যায় ডাঙৰ নাটক এটা কৰিল মিডিয়াত হিৰুৰ নাম দখল কৰাৰ বাবে।
আৰু এক সৰু অভিনয় কৰা লুৰিণ জ্যোতি গগৈ আজি তেখেতৰ খবৰ আছে নে টেটু ফালি ভাষন প্ৰদান কৰা সংখ্যালঘুৰ খবৰ লৈছে নে?
এতিয়া আহিলো সংখ্যালঘুয়ে হৈ চৈ কৰা কংগ্ৰেছ দলৰ APCC ৰ সভাপতি গৌৰৱ গগৈ আজি নামনি অসমত উচ্ছেদিত ধুবুৰীৰ লগতে গোৱালপাৰা আদি ঠাইত উচ্ছেদিত পৰিয়ালৰ খবৰ লৈছে নে এষাৰ মাত মাতিছে নে ?
বিজেপিৰ অমানৱীয় উচ্ছেদ কাৰ্যক তীব্ৰ গৰিহণাৰ যোগ্য। আজি BJP অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যক প্ৰতিউত্তৰ দিয়া হব।
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
781136
