Bhaskar Jyoti Sarania
�facebook এখনি প্ৰতিভাৰ মঞ্চ�মই ভাল পাওঁ প্ৰতিভা প্ৰচাৰ কৰিবলৈ �����
23/02/2026
☘️🥀❤️❤️
🌿💚 শৰণীয়া কছাৰী সকলৰ কেন্দ্ৰীয় "বাঁহ গোসাঁই"(জাতীয় উৎসৱ)উৎসৱৰ ৰাতিপুৱা 🌿💚❤️২০২৫ গোৰেশ্বৰ ❤️💚🌿
💐💐🌼🌼মায়া নগৰী মুম্বাইত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সফল ভাৱে সমাপ্ত হয়🌼🌼🌼💐💐🙏🙏🙏🙏🙏🙏
অন্যায় কৰা সকলকো যদি এনেদৰে সংৰক্ষিত কৰি ৰাখিছে সেয়াও এক প্ৰকাৰৰ অন্যায় ।।।। ভগৱান আপুনি চকু দিব আৰু 🙏🙏🙏🙏🙏 সোনৰ অসম আজি কি হ'বলৈ আৰম্ভ কৰিলে অ🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹
✊✊✊💚AASKSU💚✊✊✊✊
17/07/2025
#সদৌ_অসম_শৰণীয়া_কছাৰী_ছাত্ৰ_সন্থাৰ_উদ্যোগত_আৰু_তামুলপুৰ_জিলা_শৰণীয়া_কছাৰী_ছাত্ৰ_সন্থাৰ_সহযোগত
👉শৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্রমাণ-পত্র অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আৰু
👉শৰণীয়া কছাৰীক স্বায়ত্ব-শাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত "গণ বিক্ষোভ" প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
#আমাৰ_দাবী_ন্যায্য_দাবী
#ভিক্ষা_নহয়_অধিকাৰ_লাগে
তামুলপুৰ জিলাৰ সদৰ, তামুলপুৰত আজি চাৰি সহস্ৰাধিক শৰণীয়া কছাৰীৰ উপস্থিতিত এই এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
১৭ জুলাই, ২০২৫, বৃহস্পতিবাৰ।
05/07/2025
বাক্সা জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ জনগোষ্ঠীৰ সমস্যা সমূ্হৰ কথা জনাই তেখেতক আমাৰ জনগোষ্ঠীৰ সমস্যা সমূহ অতি সোনকালেই সমাধান কৰিবলৈ অনুৰোধ জনাও।।। আৰু তেখেতেও আমাৰ জনগোষ্ঠীৰ সমস্যা সমূহ অতি সোনকালেই সমাধান কৰিব বুলি আশ্বাস দিয়ে 🙏
Click here to claim your Sponsored Listing.
Category
Website
Address
Guwahati
