Rekib Assam
উপ সভাপতি লাহৰীঘাট আঞ্চলিক ছাত্ৰ সন্থা (মৰিগাঁও,অসম)
সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়ালৈ অশেষ অভিনন্দন আৰু অভিনন্দন।
আশা কৰোঁ ভৱিষ্যতে আপোনাৰ নেতৃত্বত সকলো অসম ছাত্ৰ সন্থাই নতুন ৰূপৰেখা লাভ কৰিব।
জয় আই অসম।
শলাগ লৈ মাতৃ অসম
সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ
AASU LONG LIVE 🙏
সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সভাৰ ব্যাপক আয়োজন। শিৱসাগৰৰ তলাতল ঘৰ প্ৰাংগণত এই সাধাৰণ সভা। দুদিনীয়াকৈ আয়োজন কৰা হৈছে সাধাৰণ সভা। সবিশেষ চাওক আমাৰ এক প্রতিবেদন।
AASU Laharighat
25/12/2024
Click here to claim your Sponsored Listing.
Category
Website
Address
Morigaon
782127
