Masom Ali Choudhary Assam Vlogs 01

Masom Ali Choudhary Assam Vlogs 01

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Masom Ali Choudhary Assam Vlogs 01, Health/Beauty, Nagaon.

আছালামুআলাইকুম নমস্কাৰ মোৰ মৰমৰ facebook পৰিয়ালৰ সকলো সদস্য
সকলোকে মোৰ পেজলৈ আদৰণি জনালো অনুগ্রহ কৰি মোৰ Masom Ali Chowdhury Assam Vlogs 01 পেজটো সকলোৱে Follow কৰি দিব বন্ধ বান্ধৱী সকলো আশা ৰাখিলোঁ ধন্যবাদ 🌹🌹🌹✅

09/06/2026

ইচ্ছা কৰিলে বহু আগতেই তোমাৰ জীৱনৰ পৰা আঁতৰি যাব পাৰিলোহেঁতেন..! কিন্তু তোমাৰ নামটো মোৰ হৃদয়ত ইমানেই গভীৰভাৱে নিহিত হৈ আছে যে, যদি মই সেইটো উলিয়াই আনিবলৈ চেষ্টা কৰো, তেন্তে মোৰ হৃদয়খন ছিন্নভিন্ন হৈ পৰিব..
গতিকে মই মাত্ৰ তোমাৰ নামত মোৰ প্ৰতিটো উশাহ লিখি মনে মনে থিয় হৈ থাকিলোঁ..!
তুমি ঠিকেই আছা নে নাই নাজানো..? কিন্তু মই এতিয়াও প্রতিটো নিশা তোমাৰ স্মৃতি মোৰ হৃদয়ত লৈ কটাওঁ..!
ভাগ্যই হয়তো আমাক একত্ৰিত কৰা নাই, কিন্তু ভাগ্যৰো মোৰ পৰা তোমাক মচি পেলোৱাৰ ক্ষমতা হোৱা নাই..
তুমি মোৰ অসমাপ্ত কবিতা, যাৰ প্ৰতিটো শাৰীতে তুমি উপস্থিত, তথাপিও শেষ লিখিব পৰা নাই..

09/06/2026

অ' জান তুমি যিমান দূৰত নাথাকা কিয়, মই তোমাৰ লগত সদায় আছোঁ!
তুমি বিশ্বাস কৰা বা নকৰা, মই কেৱল তোমাকেই ভাল পাওঁ
দূৰত্বই কেতিয়াও প্ৰেম কমাব নোৱাৰে, সময়ে কেতিয়াও অনুভৱ সলনি কৰিব নোৱাৰে।
তুমি মানা বা নামানা, মই আজিও তোমাক অন্তৰৰ পৰা ভাল পাওঁ

09/06/2026

Good afternoon

09/06/2026

Good morning
Friends

08/06/2026

Good night

08/06/2026

Good evening

07/06/2026

Good night 🌃🌃🌃🌃🌃 Facebook friends

06/06/2026

✍️কেতিয়াবা নিজকে বৰ অসহায় যেন লাগে....
কথাবোৰ যেতিয়া ভবামতে নহয়... সদায় আপোন বুলি ভাবি থকা মানুহ বোৰ যেতিয়া শত্রুতকৈও ভয়ংকৰ😭😭 ওলাই... নিজকে বৰ অসহায় যেন লাগে....😭😭😭
কাৰোবাৰ ভাল কৰিবলৈ গৈ শাৰীৰিক, মানসিক কষ্টৰ উপৰিও নিজৰ মূল্যবান সময় অপচয় কৰাৰ পিছত মানুহে যেতিয়া সন্দেহৰ চকুৰে চাই যেতিয়া কটু কথা শুনিব লগা হয়... প্রশংসাৰ ঠাইত যেতিয়া মানুহে বদনাম জাপি দিয়ে... নিজকে বৰ অসহায় যেন লাগে...
সঁচাকৈ....
নিজৰ মানসিক শান্তিৰে বাবেও আনৰ বাবে কিবা এটা কৰিবলৈ আজি কালি দহ বাৰ ভাবিব লগা হয়....
মানুহক সুখী কৰা ইমান সহজ নহয়...

Want your business to be the top-listed Beauty Salon in Nagaon?
Click here to claim your Sponsored Listing.

Category

Website

Address

Nagaon
782140