Diganta Bordoloi

Diganta Bordoloi

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Diganta Bordoloi, bordubi, Tinsukia.

26/07/2025

#কাৰ্গিল__বিজয়__দিৱস

কাৰ্গিল যুদ্ধত পৰাক্ৰমেৰে যুজঁ দি দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধা শ্বহীদ সকলক সুৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ ।💐

হে শ্বহীদ প্ৰণামো তোমাক🙏🙏🙏
🇮🇳 জয় হিন্দ 🇮🇳
ভাৰত মাতা কি জয়

19/06/2025

Good morning

17/06/2025

#সু_প্ৰভাত

আনৰ "ঠাট্ৰা - মস্কৰা" ৰ
"উত্তৰ" নিদিয়া সকলক
"দুৰ্বল" বুলি নাভাবিবা বন্ধু !!
তেওলোক তেনে "বুদ্ধিয়ক" লোক
"বোকা" লৈ যি কেতিয়াও
"শিল" নদলিয়াই !!
সেইবাবেই তেওঁলোকৰ "হৃদয়" আৰু
"কাপোৰ" সদায়
"পৰিস্কাৰ" হৈ থাকে!!
Gn💔 🙏

16/06/2025

#সুপ্ৰভাত
যদি তুমি নিজকে শক্তিশালী কৰি তুলিব বিছৰা,,, তেতিয়াহলে তুমি কি দৰে অকলে থাকিব পাৰি সেইটোও শিকি লোৱাৰ প্ৰয়োজন,,,,, ।
Good Morning 💐🙏

15/06/2025

#সুপ্ৰভাত

জীৱন হৈছে একোটা পৰীক্ষাৰ নাম,,,, যি পৰীক্ষাত সকলোৰে পশ্ন কাকত বেলেগ বেলেগ।
যদি তুমি অন্ধভাৱে কাৰোবাৰ নকল কৰিব যোৱা,,, পৰীক্ষাত ফেইল হোৱাটো স্বাভাৱিক...!!
GOOD MORNING 💐🙏

14/06/2025

❣️"মন" এটা অদ্ভুত সৃষ্টি। কোনেও নাজানে ই শৰীৰৰ কোন অংশত বাস কৰে, কিন্তু সম্পূৰ্ণ শৰীৰটোৱে অহৰহ এই মনৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰি থাকে.. 💕

11/06/2025

10/06/2025

Good morning ♥️

09/06/2025

সু-প্ৰভাত

Want your business to be the top-listed Beauty Salon in Tinsukia?
Click here to claim your Sponsored Listing.

Telephone

Website

Address

Bordubi
Tinsukia