Bogi tora
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bogi tora, Tinsukia.
ইং ১২.৪.২০২৬ তাৰিখে (অ ' সৰগৰ নতুন জোন ২০২৬ ) শুভ মুক্তি গতিকে আপোনালোকে চাবলৈ পাব https://youtube.com/.mproduction4891?si=h608jAPy4ndXWjXh
বৰ বিয়াত #ৰণ্টু খাটোৱালৰ গীতৰ শৰাই
#মাকুম বালিজানত দক্ষিণা #কালি #গোসাঁনী স্থানত বছেৰেকীয়া ।
কণ্ঠশিল্পী #মৃত্যুঞ্জয় কৰ্মকাৰ কণ্ঠত গণশিল্পী মহেন্দ্ৰ হাজৰিকা দেৱৰ এটি গীত।
#গণশিল্পীমহেন্দ্ৰহাজৰিকা ককাইদেউ লগ পাই ভাল লাগিল আৰু #ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ায় দিলোঁ মৰম #আশীৰ্বাদ কৰিব তেওঁ যাতে আমাক #ধুনীয়া #ধুনীয়া #গীত বিলাক #উপহাৰ হিচাপে দি থাকে।
#বগীতৰা তাঁতশালত আজি নিশা লৈকে মই
গাওঁ খনি নগৰ হল ভাল কথা বৰ
ৰাজীৱ শদিয়া দেৱৰ এটি গীত
গীত টি সুন্দৰ ভাৱে কণ্ঠদান কৰিছে অতি মৰমৰ ভাইটি লক্ষী গগৈ
কণ্ঠ শিল্পী - তৃপ্তি কাশ্যপে
বাবু বৰুৱাৰ (দুচকুৱে হাঁহে) গীতটো সুন্দৰ ভাবে গোৱাৰ বাবে আপোনালোকলৈ আগবঢ়ায় দিলোঁ
তিনিচুকীয়াত জাতীয় জনগোষ্ঠীয় বৃহৎ সংগঠনসমূহৰ প্ৰতিবাদী কাৰ্যসূচী মটৰ চাইকেল ৰেলি শোভাযাত্ৰা
লিডু ফালে অলপ ফুৰিবলৈ
বন্ধু সকল মই আজি আছোঁ ভেলা ঘৰত মোৰ মৰমৰ বন্ধু কুটুম সকলৰ লগত 🎉👫💕
Click here to claim your Sponsored Listing.
