AIUDF

AIUDF

Share

aiudf

08/09/2022

NEET ২০২২ত আজমল সুপাৰ ৪০ৰ যুগান্তকাৰী সফলতা।

আজমল সুপাৰ ৪০ৰ ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী উজলিল NEET ২০২২ বৰ্ষৰ পৰীক্ষাত।

07/09/2022
Photos from AIUDF's post 03/09/2022

চৰকাৰ প্ৰশাসনে বুলডজাৰেৰে ভাঙি দিয়া বঙাইগাও জিলাৰ কাৱাইতাৰিস্থিত মাদ্ৰাছাখনত আজি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত এক সজাতি দল উপস্থিত হৈ মাদ্ৰাছা কতৃপক্ষ তথা স্থানীয় ৰাইজৰ লগত মতবিনিময় কৰে , মাদ্ৰাছাৰ ক্ষয় ক্ষতিৰ বুজ লৈ পোনে পোনে অসমৰ মাননীয় মূখ্যমন্ত্ৰীক লগ ধৰি দুনাই জেহাদীৰ নামত যাতে আৰু কোনো মাদ্ৰাছা বা ধৰ্মীয় অনুষ্ঠান ধ্বংস নকৰে তাৰ তীব্ৰ দাবী উথ্থাপন কৰি এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হয় লগতে ভাঙি দিয়া মাদ্ৰাছাখন কমসময়ৰ ভিতৰত পুণ:নিৰ্মান কৰি দিয়াৰো দাবী জনোৱা হয় ॥

Photos from AIUDF's post 03/09/2022

ছাৰ অস্ত্ৰ শস্ত্ৰ লৈ মুকলি কৈ প্ৰশিক্ষণ... এ বিষয়ে অলপ কওঁক...

Telephone

Website