The Zahidul islam
vill-Hazipara PO-Howly Dist-Barpeta(Assam)
06/12/2025
At office time
24/11/2025
২০২৬ ৰ নিৰ্বাচনত নৱগঠিত ২৫ নং পাকা বেতবাৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জাহিদুল ইছলামক আপোনাৰ সমৰ্থন ।।
হয় নহয়
মতামত জনাব
জুবিন দা বিশ্ব দৰবাৰত অসমৰ নাম উজলাই তুলিছিল।
জয় জুবিন দা।
Joy Zubeen da..
জুবিন অবিহনে অসমখন শূণ্য।
24/08/2024
যোৱাকালি 22/08/2024 ইং তাৰিখে বৃহস্পতি বাৰ দিনা সন্ধিয়া 6 বজাত হাজীপাৰা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত জয়েন বজাৰত ড্ৰাগছ,নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতা সভাৰ আহ্বান কৰা হৈছিল।উক্ত সভাত সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ উদ্দেশ্যে এখন শক্তিশালী কমিটী গঠন কৰা হয়-
06/01/2024
M.A Academy Hazipara(জয়েন বজাৰ)ৰ ২০২৪-২৫ ইং বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।গতিকে নিজৰ ল'ৰা -ছোৱালীক গুনগত শিক্ষাৰে শিক্ষিত কৰিবলৈ হ'লে উপযুক্ত শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰি দিয়ক।অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী লৈ নামভৰ্তি প্ৰক্ৰিয়া চলিব।
যোগাযোগ কৰিব ৯৮৬৪২১৭৩২৪/৬০০১০০৮০৩৬
হাজীপাৰা কঠলিঝাৰ মৰ্ডাণ হাইস্কুলত দিব্যাংগ উন্নয়ন পৰিষদৰ কল্যাণাৰ্থে লোক সংস্কৃতি সমন্বয় উৎসৱ অহা ১০,১১,১২,১৩ আৰু ১৪ জানুৱাৰী তাৰিখত ব্যাপক হাৰত প্ৰস্তুতি চলায় থকা হৈছে।উক্ত কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিত,সহায়-সহযোগীতা কামনা কৰিলোঁ।
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Barpeta
