Rokibul Islam Ahmed
social activist... together we can make the world beautiful n better..
15/04/2022
এখন ফটোত হিন্দু ভাইসকলে মানৱ শৃংখলা বনাই বিহাৰৰ মছজিদ এখন ৰক্ষাৰ চেষ্টাত । আজিৰ ফটো এইখন ।
আন এটাত কেইদিনমান আগত হিন্দু দুস্কৃতিকাৰীয়ে মছজিদত বলপূৰ্বক নিচান উৰুৱাৰ ফটো ।
আমি এটাও নিবিচাৰোঁ । আক্ৰমণেই বা কিয় কৰিব আৰু ৰক্ষাই বা কিয় কৰিব লাগে । সকলোৱে নিজৰ ধৰ্ম পালন আৰু ৰক্ষা কৰক 🙏
Want your business to be the top-listed Beauty Salon in Bilasipara?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Telephone
Website
Address
Bilasipara
