Right to opinion
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Right to opinion, Health/Beauty, Dhubri.
অহাকালি চাৰি জুন । কংগ্ৰেছ-বিজেপি সমৰ্থকৰ বাঢ়িছে হাৰ্টবিট ।
শ্বিলংত ফুৰিবলৈ যোৱা তিনিজন মুছলিম যুৱকক দুৰ্বৃত্যই গাড়ীৰ ভিতৰত জ্বলাই হত্যা কৰাৰ পাছতো ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিশেষকৈ ৰকিবুল আৰু বদৰুদ্দিন আজমল প্ৰতিবাদতো দুৰৰ কথা নিৰ্যাতিত পৰিয়ালৰ ওচৰতো নগ'ল । তিনিজনকে পহুখেদা দিব লাগে । ( জাভেদৰ কথা বেলেগ কাৰণ তেও কোনো ক্ষমতাত নাই )
ধুবুৰীত কংগ্ৰেছী নেতা-পালিনেতাৰ দল ত্যাগৰ কাৰণ কি বুলি ভাবে ?
১/ ৰকিবুলে গুৰুত্ব নিদিয়াৰ ফল
২/অতি লোভ
৩/ নে কোনো কংগ্ৰেছীৰ ইংগিত
ঘুস এবং সুদ খাওয়া হারাম বলে জানার পরও খাচ্ছেন । মানুসকে অযথা দেখানো এবাদৎ আর না করাই ভালো ।
Click here to claim your Sponsored Listing.
Category
Website
Address
Dhubri
