Nupur Krishnaa RCM puc Morigaon Town
KUMUQD CHANDRA GOSSWAMI
আৰ চি এমৰ প্ৰচাৰ অভিযানলৈ আপোনাক স্বাগতম। এই অভিযানৰ প্ৰধান তিনিটা উদ্দেশ্যৰ ভিতৰত অন্যতম স্বাস্থ্য ৰক্ষা। আৰ চি এমৰ প্ৰতিটো সামগ্ৰী গুণগত মানদণ্ড উন্নত হোৱাৰ উপৰিও ই সম্পূৰ্ণ স্বাস্থ্য সন্মত। আৰ চি এমত উপলব্ধ সকলো সামগ্ৰী ভিতৰত অন্যতম হৈছে HEALTH GUARD OIL. দুবাৰকৈ ৰাষ্ট্ৰপতি পৰা পুৰস্কাৰ লাভ কৰা একমাত্ৰ স্বাস্থ্য সন্মত তেল। WORLD'S NO 1 COOKING OIL. আপুনি সঁচাকৈয়ে আপোনাৰ পৰিয়ালটোৰ স্বাস্থ্য ৰক্ষা ক্ষেত্ৰত সচেতন আৰু সঁচাকৈয়ে আপোনাৰ হাতত ইয়াৰ বিকল্প আছে তেতিয়া হ'লে আপোনাৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা নাই। অন্যথা আহক আমি এই অভিযানত জড়িত হৈ স্বাস্থ্য সন্মত সামগ্ৰী ব্যৱহাৰ কৰি নি-ৰোগী জীৱন নিৰ্বাহ কৰোঁ। Prevention is better than cure.
ধন্যবাদ
27/03/2025
RCM LOGO SAREE AVAILABLE AT MORIGAON TOWN NUPUR KRISHNAA RCM PUC...
2000 চনৰ পৰা আজিলৈকে আৰ চি এমৰ প্ৰচাৰ অভিযানে ২৫ টা বৰ্ষ সম্পূৰ্ণ কৰিলে। সমগ্ৰ ভাৰতবৰ্ষ লগতে আমাৰ অসম টো এই অভিযানক নিজৰ বৃত্তি হিচাপে লৈ অসম গুৰুকূল টিমৰ বহু পুৰুষ মহিলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অসম গুৰুকূল টিমৰ সঞ্চালক প্ৰধান সন্মানীয় শ্ৰীযুত অসীম দাস ছাৰৰ লগতে বহু সফল ব্যক্তিৰ তত্বাৱধানত কাম কৰি নিজৰ পৰিয়ালটোৰ সু-স্বাস্থ্য লগতে নিজৰ সপোনবোৰৰ বাস্তৱ ৰূপ দিব পাৰিছে। আৰ চি এম মানে ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰা নহয় । ই এক অভিযান ! সম্পূৰ্ণ নীতি উদ্দেশ্য অনুসৰণ কৰি আমাৰ যুব সমাজক এই মহান অভিযানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ
নমস্কাৰ! এটি বিশেষ কাৰণত আপোনালোকলৈ এই মেচেজ টো দিবলৈ প্ৰয়াস কৰিছোঁ।
বহুতে মোক ফোন কৰি কয় যে আৰ চি এমৰ দোকান খন আমাৰ ঘৰৰ ওচৰত নোহোৱাৰ বাবে বজাৰটো কৰিবলৈ অসুবিধা হয় সেয়েহে আমি এই মাহৰ বজাৰ কৰিব পৰা নাই। এনেকুৱা কাৰ কাৰ হৈছে জনাবচোন।
মোৰ তেখেতসকললৈ কেইটামান বিশেষ প্ৰশ্ন?? উত্তৰ!!
১. আৰ চি এমৰ সামগ্ৰী সমূহ আপুনি ব্যৱহাৰ কৰি পাইছে নে?? -- যদি ব্যৱহাৰ কৰা নাই এবাৰ কৰি চাবচোন তেতিয়াহে ইয়াৰ গুণগত মানদণ্ড বুজিব পাৰিব।।
2. যদি খাদ্য সামগ্ৰী সমূহ সঁচাকৈয়ে ভাল বুলি আপোনাৰ বিশ্বাস হৈছে তেতিয়া হ'লে দোকান খন ওচৰত নোহোৱাৰ বাবে আপুনি বৰ্তমান ব্যবহাৰ কৰা সামগ্ৰী সমূহ আপোনাৰ লগতে পৰিয়াল স্বাস্থ্যৰ ক্ষেত্ৰত কিমান উপকাৰী হ'ব।
3. বৰ্তমান সময়ৰ বিভিন্ন ৰোগৰ মূল কাৰণ কি কি বুলি আপুনি ভাবে?? ইয়াৰ এটা কাৰন বাৰু আমাৰ খাদ্যৰ নহয় নে?? এতিয়া কথা হ'ল আপুনি বিচাৰে নে যিমান খিনি সম্ভৱ হয় ভাল কেমিকেল বৰ্জিত খাদ্য ব্যৱহাৰ কৰিবলৈ।। তেতিয়া হ'লে আপোনাৰ হাতত আৰ চি এমৰ সামগ্ৰী সমূহৰ বিকল্প আছে নেকি??
4. যদি আৰ চি এমৰ সামগ্ৰী সমূহ ব্যৱহাৰ কৰি আপোনাৰ পৰিয়ালৰ গেছ বা এনেধৰণৰ ৰোগ সমূহৰ পৰা পৰিত্ৰাণ পায় তেতিয়া হ'লে অলপ সময় ওলাই বজাৰ কৰিব পৰা যায় নে??
5. শেষত এটা কথা বৰ্তমান সময়ত খাদ্যক ঔষধ হিচাপে ব্যৱহাৰ নকৰিলে এটা সময়ত ঔষধক খাদ্য হিচাপে গ্ৰহণ কৰিবলগীয়া হ'ব।
বিচাৰ বিবেচনা আপোনাৰ হাতত। কিবা এটা বেমাৰ হোৱাৰ পাছত ডাক্তৰ বা চিকিৎসালয় আমাৰ ঘৰৰ ওচৰত পোৱা নাযায়। সেয়েহে যিমান পাৰোঁ আমি স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন। আৰ চি এমৰ সামগ্ৰী এই সজাগতাৰ এটি পথ। ইয়াৰ লগতে আৰু যিমান পাৰোঁ যেনেকৈ সুবিধা হয় সজাগতা আমি ল'ব লাগে।
কিবা ভুল হ'লে ক্ষমা কৰিব। কাৰোবাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰা মানসিকতা নাই। মোৰ মনৰ কথা খিনিহে জনালোঁ।
Click here to claim your Sponsored Listing.
Category
Website
Address
NEAR MORIGAON DIAGNOSTIC CENTRE GANDHI BHAWAN
Morigaon
782105
