Priyanka bora

Priyanka bora

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Priyanka bora, Health/Beauty, Nagaon.

25/06/2025

প্ৰতি গৰাকী বিবাহিতা নাৰীৰ হাতত, ভাল লাগিলে শ্বেয়াৰ কৰিব...
(আইৰ ঘৰলৈ আঠমঙলা খাবলৈ গৈছিলো)
মাত্ৰ আঠ দিন
সেই আঠ দিনেই যেন আঠ যুগ
বহু যেন সলনি হৈ গ'ল
যিখন ঘৰ মোৰ কলকলনিৰে মুখৰ হৈছিল
যিখন ঘৰত মই নেওতা আওঁৰোৱা শব্দই
টিন পাত কঁপাইছিল
যি খন ঘৰৰ প্ৰতিটো সন্ধিয়া
গোসাঁই থাপনাত মোৰ দুই ওঁঠ
বাংময় হৈ পৰিছিল মংগল প্ৰাৰ্থনাত
আজি দেখোন সেইখন ঘৰতে মোৰ
নিজকে নিজৰে আলহী যেন লগা হ'ল
ভাইটিতোও যেন এই আঠ দিনতে
বহুত ডাঙৰ হ'ল
পুৱাৰ পৰা গধুলিলৈকে "অ' পি, অ' পি"বুলি
পাছে পাছে লাগি থকা
ভতিজাটোও কাষলৈ আহিবলৈ লাজ কৰা হ'ল
আগৰ দৰে দেখোন দেউতাক
দাবী দি কথা ক'ব নোৱৰা হ'লো
"চুগাৰ বাঢ়িব.. মিঠাই কিয় খাইছে "
মাকো যেন ক'ব নোৱৰা হ'লো
"মা, দেউতাক কিয় মিঠাইবোৰ দিছ"
পাকঘৰৰ মজিয়াত মায়ে সজাই দিয়া
ভিন্ন স্বাদৰ ব্যঞ্জনবোৰত হেঁপাহতকৈও দেখোন
বেছি আপ্যায়ণৰহে গোন্ধ পালো
বিদায়ৰ পৰত দেউতাৰ চৰণ স্পৰ্শ কৰোতে
ডিঙিলৈকে উজাই আহিল
এক অনামী শোক
দেউতাই দুপৰীয়া বিচনাত বাগৰ দিওঁতে
কিয়
কিয় এবাৰো বুকুত মুখ গুজি
মই শুবগৈ নোৱাৰিলো
আঠ দিনতেই এনেদৰেই জানো
সলনি হৈ যাব লাগে সকলো...
বিদায়ৰ পৰত উচুপি উঠিলো
উচুপি উঠিল মা
দেউতা বাহিৰলৈ ওলাইকে আহিব নোৱাৰিলে
চোতালৰ আগত পুতি থোৱা ৰভা খুঁটাতো
মই সাৱটি ধৰিলো
ককাইদেৱে কাষ চাপি আহি
খুঁটাটোত খামুচি ধৰিবলৈ ক'লে
মই খামুচি ধৰিলো
সি হাতেৰে কচালি কচালি এহাতলৈ পুতি থোৱা
খুঁটাতো উঘালি পেলালে
আৰু যেন এনেদৰেই উঘালি পৰিল
মোৰ আইৰ ঘৰত সংপৃক্ত হৈ থকা
মোৰ আজন্ম শিপা
মা অ',
গাভৰু জীৱন বেৰৰ মাটি বুলি
কোনোবাই কেতিয়াবা কোৱা মনত পৰে
তথাপিতো কওঁ
মোক পাহৰি নাযাবি আই
দিঠকত আহিব নোৱাৰিলেও
সপোনত হলেও আহিম
তহঁতৰ কাষলৈ
প্ৰতি নিশা।

( শ্ৰীমন্ত দত্ত অনুশীলন দাদাৰ ৱালৰ পৰা। )

26/04/2025

Amar gaun t anusthito hua khel dhemali protijugitat kon kon lora suali xomuhe kora bihu nas podorxon r kisu muhurtto xasi rakhilu

19/04/2025
24/10/2024

Apunalukor u ase na eman xahox

Want your business to be the top-listed Beauty Salon in Nagaon?
Click here to claim your Sponsored Listing.

Category

Website

Address


Nagaon
782003