Satyajit Bora New

Satyajit Bora New

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Satyajit Bora New, Health/Beauty, Nagaon.

28/04/2026

আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান,কলা আৰু বাণিজ্য বিভাগত উত্তীৰ্ণ প্ৰতিগৰাকী কীৰ্তিমান শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

নিৰন্তৰ সাধনা আৰু অধ্যৱসায়ক সাৰথি কৰি এক দীৰ্ঘদিনীয়া পৰিশ্ৰমৰ অন্ততঃ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতা লাভ কৰা মৰমৰ শিক্ষাৰ্থী সকলৰ সফলতাৰ অংশীদাৰ পিতৃ-মাতৃ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলকো এই সুযোগতে শুভেচ্ছা জ্ঞাপন কৰিলো।
উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থী সকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনতো কৃতকাৰ্য হৈ ভৱিষত দিনত এগৰাকী মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠিত হৈ উঠক তাকে কামনা কৰিলো।

আজি ঘোষিত ফলাফলত যি সকল শিক্ষাৰ্থীয়ে আশানুৰূপ ফল লাভ নকৰিলে,সেইসকল শিক্ষাৰ্থীকো ভবিষ্যত দিনত অধিক উদ্যম আৰু মনোবলেৰে পুনৰ প্ৰজ্ঞাৰ সাধনাত ব্ৰতী হ'বলৈ আহ্বান জনালো। আমাৰ শুভকামনা সদায় থাকিব।

15/04/2026

ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সকলোকে 🙏🎉🌼🌺😊👏

06/04/2026

GD Afternoon 🌞😊👋

30/03/2026

GD Night 🌃💤😴

29/03/2026

GD Night 🌃😴💤

29/03/2026

GD morning 🌞💛😊

23/03/2026

GD Morning Everyone 🌞🌈😊👋💛

20/03/2026

GD Night Creators

19/03/2026

GD Night 🌃😊💤

17/03/2026

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Somprity Ray, Payel Dutta, Monima Basumatary, Dulari Bora

Want your business to be the top-listed Beauty Salon in Nagaon?
Click here to claim your Sponsored Listing.

Category

Website

Address


Nagaon