Mon Mayuri Makup Artist
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mon Mayuri Makup Artist, Health/Beauty, Tezpur.
21/04/2026
মৰম গৰিমা বৌৰ মাজতে এতিয়া অসমবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিছাৰি পাই, অনুৰাগীয়ে মৰম বৌজনীক কোনো ক্ষতি নকৰে, দাদাক যিমান ভালপাই বৌক ও সিমানে সন্মান কৰে,ভাল পাই গতিকে এনেকুৱা ধৰনৰ ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনালোঁ 🙏
07/04/2026
চিকিৎসা সেৱা হওক মানৱতাৰ বাবে, কেৱল ব্যৱসায়ৰ বাবে নহয়। ❤️🩺
আজিৰ সময়ত এজন দৰিদ্ৰ লোকৰ বাবে বেমাৰতকৈও চিকিৎসাৰ খৰচহে বেছি ভয়ানক হৈ পৰিছে। চিকিৎসকসকলক অনুৰোধ জনোৱা হৈছে যে দৰিদ্ৰ শ্ৰমিক বা কৃষকসকলক চিকিৎসা কৰাৰ আগতে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ কথা এবাৰ যেন বিবেচনা কৰে।
অপ্রয়োজনীয় পৰীক্ষা-নিৰীক্ষা আৰু দৰবৰ নামত লোৱা কমিছনৰ বোজাৰ পৰা এই খাটি খোৱা মানুহখিনিক মুক্ত কৰাটো আমাৰ এক নৈতিক দায়িত্ব। আপুনিও যদি এই কথাৰ সৈতে একমত, তেন্তে কমেণ্টত আপোনাৰ মতামত জনাওক আৰু পোষ্টটো শ্বেয়াৰ কৰি সজাগতা সৃষ্টি কৰক। 🙏✨"
#অসম
05/04/2026
দল নহয়, যোগ্য প্ৰার্থী চাই; ভোট দিবলৈ আহ্বান জনালে নিতুমণি শইকীয়াই।”
27/11/2022
Party makeup done by "me"..
23/05/2022
23/05/2022
bhouspuri bride💃💃💃
done by ""me"💅💅💄
20/05/2022
makeup done by me....💅👠
girl Ankita Medhi💃💃
📷=done by me
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Tezpur

08/08/2024