dhun moina
একদম সাধাৰণ সহজ সৰল হোৱাৰ বাবে কাৰোবাৰ চলনা বোৰ বুজি পাবলৈকে নোৱাৰো 😒😊🤫😇
06/06/2026
বতৰৰ ফল ☺️
05/06/2026
"খং উঠা মুহূৰ্তত লোৱা সিদ্ধান্তই জীৱনটো খেলি-মেলি কৰি পেলাব পাৰে। সেয়ে খংৰ সময়ত নহয়, শান্ত মনৰে চিন্তা-ভাবনা কৰি সিদ্ধান্ত লোৱাটোৱেই বুদ্ধিমত্তাৰ পৰিচয়।"
05/06/2026
"পইচা কেৱল প্ৰয়োজন নহয়, নিজৰ সপোন, আত্মবিশ্বাস আৰু স্বাধীনতাক আগবঢ়াই নিয়াৰ এটা মাধ্যম।" মইনাৰ কিছু পইছা টেকেলিত থোৱা হৈছিল
03/06/2026
😍😘😊
Good night
02/06/2026
Vaiti aru moina
01/06/2026
"সকলোৰে বাবে নিখুঁত হ'ব নোৱাৰি, কিন্তু নিজৰ বাবে যথেষ্ট হ'ব পাৰি।"☺️🩷
Click here to claim your Sponsored Listing.
Website
Address
Tinsukia. Matiakhana Gaon
Tinsukia
786183
